ৰঙিয়া ডিলাইট চিনেমা হলত টীম ৰত্নাকৰ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 29 September 2019

ৰঙিয়া ডিলাইট চিনেমা হলত টীম ৰত্নাকৰ

ৰঙিয়াত ডিলাইটত চিনেমা হলত উপাস্থিত হয় ৰত্নাকৰ টিম। অহা ১১ অক্টোবৰত মুক্তি পাবলগীয়া ৰত্নাকৰ চিনেমা খনৰ বিষয়ে বহুতো কথা কৈ গল যতীন বৰাই ৰত্নাকৰ চিনেমা খন ১ ঘন্টা ৫৪ মিনিটৰ হব, পোন প্ৰথম বাৰৰ বাবে অসমীয়া চিনেমা লাডাকত চুটিং হৈছে । জুবিন গাৰ্গে ৰত্নাকৰ আটাইকেইটা গীত সুন্দৰকৈ কন্ঠদান কৰিছে। এই চিনেমাখনক লৈ যঠেষ্ট আশাবাদী ৰত্নাকৰ ছবিখন সকলোৱে আঁকোৱালী ল’ব বুলি আশা প্ৰকাশ কৰে। আনহাতে ৰত্নাকৰ চিনেমা খনক লৈ স্কুল, কলেজ চাৰিওফালে প্ৰচাৰত যঠেষ্ট সহাৰি লাভ কৰিছে । ইফালে অভিনেত্ৰী বৰষাৰানী বিষয়া কয় ৰত্নাকৰ মূল চৰিত্ৰ খুবেই গুৰুত্বপূৰ্ণ । সেই চৰিত্ৰটোত টাৰ্ইনিং পইন্ট লব, যতীন বৰাৰ লগত অভিনয় কৰি খুবেই ভাল লাগিল বুলিও কয়। ডিলাইট চিনেমা হল স্বত্বাধিকাৰী দুলু শইকীয়াই ৰত্নাকৰ টীমটোক সম্বোধনা জনায় । চিনেমা খনক লৈ অপেক্ষা কৰিব লাগিব ১১ অক্টোবৰলৈ। ‌
ৰঙিয়া ৰ পৰা মইদুল চৌধুৰী ৰ ৰিপৰ্ট

Post Bottom Ad

Pages