মায়ঙৰ অংগনবাদী কেন্দ্ৰত জৰাজীৰ্ণ অৱস্থাত শিশুক পাঠদান - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 29 September 2019

মায়ঙৰ অংগনবাদী কেন্দ্ৰত জৰাজীৰ্ণ অৱস্থাত শিশুক পাঠদান

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা মৰ্মে সমগ্ৰ দেশৰ লগতে অসমতো চেপ্টেম্বৰ মাহটোক পোষন মাহ হিচাপে পালন কৰি আহিছে, প্ৰতিটো অংগনবাদী কেন্দ্ৰতে পোষন মাহৰ বাবে বিভিন্ন ধৰণৰ সজাগতা মূলক কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে, মায়ং সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ সৰু মাটি পৰ্বত অংগনবাদী কেন্দ্ৰত এনিমিয়া, ৰক্তহীনতা আৰু পুষ্টিহীনতাৰ ওপৰত এক সজাগতা সভাৰ আয়োজন কৰে আৰু তাৰ পৰাই প্ৰত্যক্ষ কৰিব পৰা গৈছে এই কেন্দ্ৰৰ অৱস্থা, কেন্দ্ৰটোৰ টিনপাত বোৰ ভাঙি ছিঙি নষ্ট হৈ যোৱাত এতিয়া কন কন শিশু সকল ৰদৰ তাপত আৰু বৰষুণৰ পানীত পাঠদান কৰিব লগা হৈ আছে যদিও বিভাগীয় কতৃপক্ষই কেন্দ্ৰটো পুনৰ মেৰামতিৰ বাবে চকুমুদা কুলিৰ ভাওঁ ধাৰণ কৰি আছে ।
জাগীৰোডৰ পৰা ইচাহক চৌধাৰীৰ ৰিপৰ্ট

Post Bottom Ad

Pages