এইবাৰ অসমত নহয় জনগণনা! কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 5 September 2019

এইবাৰ অসমত নহয় জনগণনা! কেন্দ্ৰীয় চৰকাৰে কৰিলে ঘোষণা

আগন্তুক জনগণনাত অন্তৰ্ভুক্ত নহয় অসম। ১ এপ্ৰিল, ২০২০ ৰ পৰা ৩০ ছেপ্টেম্বৰ, ২০২০ লৈ জনসংখ্যা পঞ্জী যুগুতৰ কাৰণে আৰম্ভ হব লগীয়া প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত নহয় অসম ।সমগ্ৰ দেশতে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাৰণে হব লগীয়া প্ৰক্ৰিয়া কাৰ্যকৰী নহব অসমত । Register General of Citizen Registration ৰ পৰা প্ৰকাশ পোৱা এখন ৰাজপত্ৰিত জাননীত উল্লেখ কৰা হৈছে এই কথা । Citizenship (Registration of Citizens and Issue of National Identity Cards) Rule 2003 ৰ Rule 3 ৰ Sub Rule 4 ৰ অধীনত কেন্দ্ৰীয় চৰকাৰে জনসংখ্যা পঞ্জী প্ৰস্তুত কৰে ।  

Post Bottom Ad

Pages