প্ৰবীন কুমাৰ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক অধিবেশন - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 12 October 2019

প্ৰবীন কুমাৰ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক অধিবেশন

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত প্ৰবীন কুমাৰ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাৰ্ষিক অধিবেশনৰ মুকলি সভা সম্পন্ন। বৃহত্তৰ বকোৰ বৰুৱা গাওঁ আৰু বামুনবৰী গাওঁৰ একমাত্ৰ শিক্ষা প্ৰতিষ্ঠান প্ৰবীণ কুমাৰ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শণিবাৰে বাৰ্ষিক অধিবেশনৰ মুকলি সভা অনুষ্ঠিত কৰা হৈ যায়। উক্ত সভাত সভাপতিত্ব কৰে পৰিচালনা সমিতিৰ সভাপতি মোঃ খলিল উদ্দিন আহমেদ আৰু মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে নগৰবেৰা জিলা পৰিষদৰ সদস্যা হিমাদ্ৰী পাঠক আৰু ছমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক হাচান আলী আৰু গন্য-মান্য ব্যক্তি সকল উপস্থিত থাকে। সদৌ শেষত বিদ্যালয়খনৰ ভাৰ প্ৰাপ্ত অধ্যক্ষ আমিৰ হুচেইনে শলাগৰ শৰাই আগবঢ়াই।
নগৰবেৰাৰ পৰা জছিম উদ্দিন আহমেদৰ ৰিপৰ্টঃ অসম লাইভ

Post Bottom Ad

Pages