মিছ এছিয়া পেচিফিক খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰিংকুমণি চেতিয়াই - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 2 December 2019

মিছ এছিয়া পেচিফিক খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰিংকুমণি চেতিয়াই

বাংগালুৰুত অনুষ্ঠিত "মিছ এছিয়া পেচিফিক" বডী বিলিল্ডং প্ৰতিযোগিতাত অসমৰ একমাত্ৰ বডী বিলিল্ডাৰ ৰিংকুমণি চেতিয়াৰে ১৫ খন দেশৰ ভিৰতৰ অনুষ্ঠিত এই প্ৰতিযোগিতাত ২০০ প্ৰতিযোগী ভিতৰত ভাৰতক প্ৰতিনিধিত্ব কৰি " মিছ এছিয়া পেচিফিক খিতাপ অৰ্জন কৰি দেশলৈ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । বিশেষ প্ৰতিবেদন----- মৃদুল কুমাৰ গগৈ ।

Post Bottom Ad

Pages