দৰঙৰ ধূলা থানাৰ অন্তৰ্গত ওন্দোলাঝাৰ গাঁৱত অন্ন সুৰক্ষাৰ ১২ বেগ চাউল জব্দ। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 21 April 2020

দৰঙৰ ধূলা থানাৰ অন্তৰ্গত ওন্দোলাঝাৰ গাঁৱত অন্ন সুৰক্ষাৰ ১২ বেগ চাউল জব্দ।

 দৰঙৰ ধূলা থানাৰ অন্তৰ্গত ওন্দোলাঝাৰ গাঁৱত অন্ন সুৰক্ষাৰ ১২ বেগ চাউল জব্দ।

 ওন্দোলাঝাৰ গাঁৱত ফজলৰ সুলভ মূল্যৰ দোকানৰ পৰা চোৰাং ভাবে বিক্ৰী কৰিছিল নিজ গাওঁৰে মুৰেত জামাল নামৰ এজন লোকক। 

স্থানীয় ৰাইজে ঘটনাটো দেখা পাই চাউল খিনি জব্দ কৰি খবৰ দিয়ে ধূলা আৰক্ষীক। ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া  ওন্দোলাঝাৰ চাৰিআলি ৰ পৰা ১২ বেগ চোৰাং  চাউল সহ AS13 C-5202 নম্বৰৰ টেম্পো গাড়ী জব্দ কৰি ধূলা থানালৈ লয় আহে।
 গাড়ী চালক দিন ইছলামক আটক কৰে ধূলা আৰক্ষীয়ে লগতে জব্দ কৰে AS13 C-5202 নম্বৰৰ টেম্পো গাড়ীখন।

বৰ্তমান পালতক সুলভ মূল্যৰ দোকানী ফজল আৰু চাউল কিনা ব্যৱসায়িক মোৰেত জামাল ।

দলগাওঁৰ পৰা হাছান আলীৰ প্ৰতিবেদন

Post Bottom Ad

Pages