ৰঙিয়াত অবৈধভাবে অত্যাধিক দামত গুটখা বিক্ৰী কৰি দোকান চীল হয় | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 28 April 2020

ৰঙিয়াত অবৈধভাবে অত্যাধিক দামত গুটখা বিক্ৰী কৰি দোকান চীল হয় |

ৰঙিয়াত মহকুমা প্ৰশাসনৰ অভিযান । প্ৰশাসনে চীল কৰিলে অবৈধভাবে গুটখা বিক্ৰী কৰা ষ্টেচনাৰী দোকান । ৰঙিয়াৰ চোচাইটি চকত প্ৰশাসনে চীল কৰা দোকানখন হৈছে লক্ষ্মী ভাণ্ডাৰ ।
লকডাউনৰ সময়ত অবৈধভাবে গোপনে গুটখাসমুহ অত্যাধিক দামত বিক্ৰী কৰি আহিছিল । দোকানখনৰ স্বত্বাধিকাৰীজনে অবৈধভাবে অত্যাধিক দামত গুটখা বিক্ৰী কৰি থাকোতে হাতে-লোটে ধৰা পেলায় ।
লগতে দোকানখনৰ পৰা বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰে আৰু দোকান খন চীল কৰি দিয়ে ।

ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ প্ৰতিবেদন  ।।

Post Bottom Ad

Pages