ৰঙিয়াৰ এটি পৰিয়ালৰ সন্তানক ঘুৰাই আনিবলৈ অসম চৰকাৰক আহ্বান || - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 30 April 2020

ৰঙিয়াৰ এটি পৰিয়ালৰ সন্তানক ঘুৰাই আনিবলৈ অসম চৰকাৰক আহ্বান ||

ৰঙিয়াৰ এটি পৰিয়ালৰ সন্তানক ঘুৰাই আনিবলৈ অসম চৰকাৰক আহ্বান ||
       মহামাৰী কৰোনা ভাইৰাছৰ বাবে ঘোষণা কৰা দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে অভাৱনীয় পৰিস্থিতিৰ মাজত বাংগালুৰুত অসমৰ ২৫০ ৰো অধিক ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে।ৰঙিয়াৰ কাছাৰী শলমাৰীৰ এটি পৰিয়ালৰ সন্তান । বাংগালোৰত আবদ্ধ হৈ আছে । লৰাজন মেডিকেল পঢ়ি আছে। লৰাজনক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল ।
ইফালে হোষ্টেল সমূহ বন্ধ কৰি মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলে একাংশ বন্ধু বান্ধবীৰ ভাৰাঘৰত আশ্ৰয় লব লগীয়া পৰিস্থিতি হৈছে |
বহু খাদ্য সংকটতো ভূগিব লগীয়া হৈছে ছাত্ৰ ছাত্ৰী সকল। ৰঙিয়াৰ পৰিয়ালটোৱে অসমলৈ ঘুৰাই আনিবলৈ চৰকাৰক কাতৰ আহ্বান জনাইছে নিজৰ সন্তানৰ লগতে ছাত্ৰ ছাত্ৰী সকলক ।

     ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ  ৰিপোৰ্ট ASAM LIVE ||



Post Bottom Ad

Pages