লকডাউনৰ বাবে খাদ্য সংকটত ভুগিছে সাধাৰণ শ্ৰেণীৰ লোকসকল । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 2 May 2020

লকডাউনৰ বাবে খাদ্য সংকটত ভুগিছে সাধাৰণ শ্ৰেণীৰ লোকসকল ।

লকডাউনৰ বাবে খাদ্য সংকটত ভুগিছে সাধাৰণ শ্ৰেণীৰ লোকসকল । এই সকল অসহায় লোকক সহায় কৰিবলৈ ওলাই আহিছে আছু । ৰঙিয়াৰ সহস্ৰাধিক পৰিয়ালক সহায়ৰ হাত আগবঢ়ালে আছুৱে ।
শুক্ৰবাৰে ৰঙিয়াৰ মধ্য পাণ্ডৰী আঞ্চলিক ছাত্র সন্থাই গাঁওখনৰ দুখীয়া লোকসকলক চাউল, দাইল, মিঠাতেল, আলু আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে । 
 পৰবৰ্তী সময়তো অত্যাবশ্যকীয় সামগ্ৰী সামৰ্থ্য অনুযায়ী পৰিয়াল বোৰক আগবঢ়াব বুলি জানিবলৈ দিয়ে । আছুৱে এই দুৰ্যোগৰ সময়ত প্ৰদৰ্শন কৰা মানৱীয়তা আৰু দায়ৱদ্ধতা সকলোৱে একেমূখে শলাগ লৈছে ।


ৰঙিয়াৰ পৰা মইদুল চৌধুৰীৰ ৰিপোৰ্ট ASSAM LIVE। 

Post Bottom Ad

Pages