জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ সহায়ৰ হাত। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 11 May 2020

জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ সহায়ৰ হাত।

জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ সহায়ৰ হাত।

লালুংগাৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱকৰ বাসঘৰত জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃগেন শইকীয়াৰ সহায়ৰ হাত।
তেজপুৰ মানসিক হচপিটালৰ পৰা যুৱক জনৰ কাৰনে ঔষধ ,বেজি আনি দিলে অ চি  মৃগেন শইকীয়া ।

লক ডাউনত দুখীয়া পৰিয়াল টি যুৱক জনৰ নিয়মীয়া ঔষধ যোগান ধৰিৱ নোৱাৰিছিল।
ফলত অধিক বেমাৰে দেখা দিছিল।
বাতৰিৰ যোগেদি আৰক্ষীৰ দৃষ্টি গোচৰ হোৱাত আজি খাদ্য সামগ্ৰী লগত লৈ ঔষধ যোগান ধৰে জুৰীয়া আৰক্ষীয়ে

নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages