বজালীৰ এজন যুৱক নিৰুদ্দেশ | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 16 May 2020

বজালীৰ এজন যুৱক নিৰুদ্দেশ |

বজালীৰ এজন যুৱক নিৰুদ্দেশ |
         এই ছবি খনলৈ মন কৰক হয়তো ক'ৰবাত দেখা পাইছে।এইজন বজালীৰ অন্তৰগত লাঁওগাও গেটৰ এজন যুৱক নাম যতীন বড়ো।
বজালীৰ অন্তৰগত লাঁওগাও গেটৰ এইখন এখন ঘৰ যোৱা তিনি-চাৰি মাহ ধৰি ঘৰ খনত নাই শান্তিৰ পৰিবেশ,বিৰাজ আছে  মাথোঁ মাতৃৰ বুকুত উদাৰতা। যোৱা 3/4 মাহ ধৰি ঘৰ খনৰ লৰা যতীন বড়ো নিৰুদ্দেশ হৈ আছে। interview দিব জাম বুলি ঘৰৰ পৰা ওলাই যায়,কিন্তু আজিলৈকে ঘৰলৈ উভতি অহা নাই।যাৰ কাৰণে মাতৃ দৈৱকী বড়োৰ  ঘৰ খনত বহুতো অসুবিধা আৰু অশান্তিময় পৰিবেশৰ সৃষ্টি হৈছে। আনফালে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কভিড-১৯ ৰ বাবে লক ডাউন হোৱাত কতো বিচাৰিব পৰা নাই।সাংবাদিকক জানিব দিয়া মতে আৰক্ষীক এই বিষয়ে কোনো ধৰণৰ অৱগত কৰোৱা হোৱা নাই। শুনক মাতৃৰ হৃদয় বিদাৰক কান্দোন আৰু পুত্ৰৰ শোকত অনাসাৰে চকুলো টুকিছে।ওচৰ চুবুৰীয়া তো শোকৰ ছায়াত ম্শ্ৰাণ পাৰিছে।  কোনোবা সদাসয় ব্যক্তিয়ে এইজনৰ খবৰ পালে এই দুটা 6000357620, 9864685842 নম্বৰত যোগাযোগ কৰিব।

    নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ |

Post Bottom Ad

Pages