কৰ'নাক প্ৰতিহত কৰাৰ বাবেই এখন মহা যুদ্ধ,এই যুঁজৰ অন্যতম সৈনিক সাংবাদিকসকল - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 30 May 2020

কৰ'নাক প্ৰতিহত কৰাৰ বাবেই এখন মহা যুদ্ধ,এই যুঁজৰ অন্যতম সৈনিক সাংবাদিকসকল

কৰ'নাক প্ৰতিহত কৰাৰ বাবেই এখন মহা যুদ্ধ,এই যুঁজৰ অন্যতম সৈনিক  সাংবাদিকসকল |

            বিশ্বত্ৰাস কৰ'নাক প্ৰতিহত কৰাৰ বাবেই এখন মহা যুদ্ধ |এই যুদ্ধত অৱৰ্তীন হৈছে নিজৰ নিজৰ স্তৰত প্ৰতিজন মানুহ ।এই যুঁজৰ অন্যতম সৈনিক  সাংবাদিকসকল ।
এনে সংকটময় পৰিবেশটো জনসাধাৰণক দি আহিছে
প্ৰতিটো মুহুৰ্তৰ খবৰ ।
নিজৰ জীৱনকো তুচ্চ কৰি অব্যাহত ৰাখিছে কৰ্তব্য ।
 সেইবাবে ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাই  শুক্ৰবাৰে জনালে  মাৰ্ঘেৰিটাৰ প্ৰায় একুৰি  সাংবাদিকক সন্মান ।
মাৰ্ঘেৰিটাৰ একমাত্ৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ
 সম্পাদক পবিত্ৰ বৰগোহাঞিয়ে আতধৰা অনুষ্ঠানটোত   অনুষ্ঠানটোত  সংবাদকৰ্মী সকলক ফুলাম গামোছা আৰু একোটিকৈ হাইজিন কিট প্ৰদান কৰি শুভেচ্ছা জনোৱা হয় ।
মাৰ্ঘেৰিটা উন্নয়ণ খণ্ড সভাকক্ষত অনুষ্ঠিত সভাখনত তিনিচুকীয়া  জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ , মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰ , মুখপাত্ৰ মানসপ্ৰতীম গগৈ ,  সাংবাদিক হেমন্ত গগৈয়ে বক্তব্য প্ৰদান কৰে।
       মাৰ্ঘেৰিটাৰ পৰা  ফাইজুৰ ৰহমানৰ ৰিপ'ট অসম লাইভ ।

Post Bottom Ad

Pages