লক ডাউন দুৰ্যোগৰ সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টণ দিয়া মধ্যান্ন ভোজনৰ ধন আত্মসা - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 31 May 2020

লক ডাউন দুৰ্যোগৰ সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টণ দিয়া মধ্যান্ন ভোজনৰ ধন আত্মসা

 লক ডাউন দুৰ্যোগৰ সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টণ দিয়া  মধ্যান্ন ভোজনৰ ধন আত্মসা |

বিলাসীপাৰাত লক ডাউন দুৰ্যোগৰ সময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টণ দিয়া  মধ্যান্ন ভোজনৰ ধন আত্মসাৎ প্ৰধান শিক্ষক হৰি সাহাইঃ |

মুঠৰ ওপৰত প্ৰশ্ন হয় যে  কেৱল কেইবা গৰাকী ছাত্ৰী-ছাত্ৰীক মাথোন একৰ পৰা ডেৰ কেজি চাউল আৰু পাঁচ শ গ্ৰাম ডালি আৱন্টণ দি সমুদায় ধন আত্মসাৎ কৰা বুলি অভিযোগ তুলিছে,বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে ।
উল্লেখ্য যে এনে দুৰ্নীতি সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা শিক্ষা খণ্ডৰ অধীনস্হ বিলাসীপাৰা কৃষ্ণ নগৰ  নামাপাৰা অপ্ৰাদেশীকৰণ প্ৰাথমিক বিদ্যালয়ত|
মুঠতে প্ৰশ্ন হল যে অচিৰেই দুৰ্নীতি গ্ৰস্হ প্ৰধান শিক্ষক হৰি সাহাৰ বিৰুদ্ধে বিলাসীপাৰা মহকুমাধিপতি আৰু ধুবুৰী জিলা উপায়ুক্তক বিহিত ব্যৱস্থা লোৱাৰ দাৱী উথাপন কৰে,ছাত্ৰ-ছাত্ৰীৰ  অভিভাৱক আৰু স্থানীয় ৰাইজে।।
                                বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিৰ্পট অসম লাইভ ।

Post Bottom Ad

Pages