প্ৰশংসনীয় প্ৰদক্ষেপ ললে মৈৰাবাৰীৰ হাতীমূৰীয়া নবোদয় গ্ৰাম্য সংগঠনে। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 7 May 2020

প্ৰশংসনীয় প্ৰদক্ষেপ ললে মৈৰাবাৰীৰ হাতীমূৰীয়া নবোদয় গ্ৰাম্য সংগঠনে।

প্ৰশংসনীয় প্ৰদক্ষেপ ললে মৈৰাবাৰীৰ হাতীমূৰীয়া নবোদয় গ্ৰাম্য সংগঠনে। 

        বিশ্ব জোৰা কৰ'ণা আতংক তথা লক ডাউনৰ সময়ত প্ৰশংসনীয় প্ৰদক্ষেপ ললে মৈৰাবাৰীৰ হাতীমূৰীয়া নবোদয় গ্ৰাম্য সংগঠনে। মৈৰাবাৰী অঞ্চলৰ জৰুৰী সেৱাঁৰ লগত জড়িত থকা চিকিৎসক, স্বাস্থ্য কৰ্মী, সাংবাদিক আৰু পুলিচ প্ৰশাসন, ৰ (৫০) পঞ্চাচ গৰাকী ব্যক্তিক সংগঠনটোৰ হৈ মিছিৰা বেগম আৰু মমতাজ বেগমে কৰ্তব্যৰত অৱস্থাত নিজে প্ৰস্তুত কৰা মাষ্ক বিতৰন কৰি আদৰণি জনায়  ।
আমাক জানিবলৈ দিয়ামতে নিজৰ পৰিয়াল তথা নিজৰ জীৱনৰ কথা চিন্ত নকৰি দিন-ৰাতি একাকাৰ কৰি জৰুৰী সেৱাঁৰ লগত জড়িত লোক সকলে আনৰ কাৰণে  নিজ-নিজ কৰ্তব্য পালন কৰি গৈছে  ।
এনে ব্যক্তি সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মাষ্ক বিতৰন কৰে। সংগঠনটোৰ এনে কাৰ্যক বিভিন্ন দল সংগঠন ৰ লগতে সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে  ।
 

Post Bottom Ad

Pages