লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ শ্ৰেষ্ঠতম ৰঙালী বিহু সন্মিলন | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 15 May 2020

লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ শ্ৰেষ্ঠতম ৰঙালী বিহু সন্মিলন |

 লকডাউনৰ পৰিপ্ৰেক্ষিতত অসমৰ শ্ৰেষ্ঠতম ৰঙালী বিহু সন্মিলন মাৰ্ঘেৰিটাত |

বিশ্বব্যাপী কৰ'না ভাইৰাচৰ সন্ত্ৰাস আৰু দেশত অব্যাহত লকডাউনৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাজ্যত ৰঙালী বিহু সন্মিলনসমূহ আনুষ্ঠানিকতাৰে উদযাপন কৰা হয় ।











আজি উজনি অসমৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠতম ৰঙালী বিহু সন্মিলন মাৰ্ঘেৰিটাৰ বহাগী উৎসৱটি  আনুষ্ঠানিকতাৰে সামৰণি পৰে ।
পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী  সভাপতি সীমান্ত মাধৱ কটকীয়ে । স্মৃতি তৰ্পন কৰে দিচেন টিপমীয়াই ।

           মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানৰ ৰিপ'ট অসম লাইভ ।

Post Bottom Ad

Pages