মৈৰাবাৰীত একাংশ কাণ্ডজ্ঞান হীন পিতৃ মাতৃৰ কণমানি সন্তানক লৈ বজাৰত ভিৰ। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 20 May 2020

মৈৰাবাৰীত একাংশ কাণ্ডজ্ঞান হীন পিতৃ মাতৃৰ কণমানি সন্তানক লৈ বজাৰত ভিৰ।

কৰণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে মৈৰাবাৰীত একাংশ কাণ্ডজ্ঞান হীন পিতৃ মাতৃৰ কণমানি সন্তানক লৈ বজাৰত ভিৰ। 
      অসমত ভয়ংকৰ ভাৱে কৰণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে একাংশ কাণ্ডজ্ঞান হীন পিতৃ মাতৃৰ কণমানি সন্তানক লৈ বজাৰত ভিৰ।                     







এয়া বৰ্তমান সময়ৰ  এক ভয়ংকৰ ছবি। কোলাত কনমানি কেচুৱা লৈ পিতৃ  মাতৃয়ে ভিৰ কৰিছে কাপোৰৰ দোকানত।দৃশ্য মৰিগাঁৱৰ মৈৰাবাৰী বজাৰৰ ।চৰকাৰে বাৰে বাৰে অনুৰুধ জনাইছে। ষাঠীৰ উৰ্ধৰ আৰু শিশু সকলক ঘৰতে ৰাখিবলৈ। কিন্তু এইসকল  দায়িত্ব জ্ঞানহীন পিতৃ মাতৃলৈ চাওঁক।
এয়া বৰ্তমান সময়ৰ  এক ভয়ংকৰ ছবি। কোলাত কনমানি কেচুৱা লৈ পিতৃ  মাতৃয়ে ভিৰ কৰিছে কাপোৰৰ দোকানত।দৃশ্য মৰিগাঁৱৰ মৈৰাবাৰী বজাৰৰ ।চৰকাৰে বাৰে বাৰে অনুৰুধ জনাইছে। ষাঠীৰ উৰ্ধৰ আৰু শিশু সকলক ঘৰতে ৰাখিবলৈ। কিন্তু এইসকল  দায়িত্ব জ্ঞানহীন পিতৃ মাতৃলৈ চাওঁক।
কেনেকৈ অসুৰক্ষিত অৱস্হাত কণমানি সন্তানক কোলাত লৈ কাপোৰ কিনাৰ নামত বেমাৰ কিনিব আহিছে বজাৰলৈ। বৰ্তমান ঈদৰ নামত এনে কিছুমান দৃশ্যই সকলোকে কৰিছে আতংকিত। মৰিগাঁৱৰ মৈৰাবাৰী কাপোৰৰ বজাৰত মহিলাৰ ভিৰ দেখিলে আপোনাৰো ভয় লাগিব। এইসকলৰ গাত ঈদ লাগিছে। নীতি নিয়মক অংগুষ্ঠ দেখুৱাই স্বাভাবিক অৱস্হাৰ দৰে  বজাৰত ভিৰ কৰিছে কণমানি সন্তানক কোলাত লৈ  এনেদৰে ।
ৰাজ্যত দিনে দিনে বাঢ়িছে ক'ৰণা আক্ৰান্ত সংখ্যা। কিন্তু ঈদৰ উন্মাদনাত এওঁলোকে সকলো পাহৰিছে।সৰহ সংখ্যকৰ মুখত নাই মাক্স। মৈৰাবাৰী আৰক্ষীয়ে বজাৰত সোমাই মাক্স নিপিন্ধা ব্যৱসায়ী গ্ৰাহকৰ লগতে অধিক গ্ৰাহকক ভিৰ কৰোৱা ব্যৱসায়ীৰ ফাইন কাটিছে। কিন্তু নিজে সজাগ সচেতন নোহোৱা লোকক আৰক্ষীয়ে কিমান দিব নীতিশিক্ষা দিব এনে বোৰ পিতৃ মাতৃক। এনেবোৰ মানুহেই অসমলৈ আনিব নেকি কৰণাৰ চুনামী।

মৈৰাবাৰীৰ পৰা ৰাব্বুল হুছেইন মুক্তাৰৰ ৰিপৰ্ট অসম লাইভ ।।

Post Bottom Ad

Pages