দগাঁও এ কে হাই স্কুলৰ গাৰ্লছ হোষ্টেলত স্থাপন কৰা হয় কোৱাৰেন্টাইন কেন্দ্ৰ | - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 16 May 2020

দগাঁও এ কে হাই স্কুলৰ গাৰ্লছ হোষ্টেলত স্থাপন কৰা হয় কোৱাৰেন্টাইন কেন্দ্ৰ |

দগাঁও এ কে হাই স্কুলৰ গাৰ্লছ হোষ্টেলত স্থাপন কৰা হয় কোৱাৰেন্টাইন কেন্দ্ৰ |
       ধিং ৰাজহ চক্ৰ বিষয়া, জুৰীয়া খণ্ড উন্নয়ণ বিষয়াৰ লগতে আৰক্ষীৰ লোকসকলৰ উপস্থিতিত ধিং বিধান সভা সমষ্টিৰ অন্তৰ্গত দগাঁও এ কে হাই স্কুলৰ গাৰ্লছ হোষ্টেলত স্থাপন হোৱা কোৱাৰেন্টাইন কেন্দ্ৰত |

ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ২৭ জন লোকক ৰখাৰ ব্যৱস্থা কৰা হয় |
নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ ।


Post Bottom Ad

Pages