ধুবুৰী জিলাত সৰ্বমুঠ ১৪ জনৰ দেহত কৰোনা পজিটিভ| - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 30 May 2020

ধুবুৰী জিলাত সৰ্বমুঠ ১৪ জনৰ দেহত কৰোনা পজিটিভ|

ধুবুৰী জিলাত সৰ্বমুঠ ১৪ জনৰ দেহত কৰোনা পজিটিভ |
         
     কালিৰ দিনটোত ধুবুৰী জিলাত চৈধ্য জনকৈ লোকৰ শৰীৰত কৰোনা পজিটিভ ধৰা পৰে । এই চৈধ্য জনৰ ভিতৰত অকল  গোলকগঞ্জতে  এগৰাকী মহিলা সহ ৯  জনকৈ লোকৰ  দেহত ধৰা পৰিল কৰোনা পজিটিভ  ।  গোলকগঞ্জৰ 9 জনৰ আপমনি ৰাজহ চক্ৰৰ পাৱৰছৰা গাঁৱৰ  5 জন ,  ৰামৰায়কুটী প্ৰথম খন্ড  এজন , ছোট লাউকুটি এহাল স্বামী-স্ত্ৰী  আৰু কৈমাৰী  প্ৰথম খন্ড গাঁৱৰ  এজন ।
নিশাৰ ভাগতে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সকলোকে উদ্ধাৰ কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে । লক্ষ্যনীয় ভাৱে আজি ধুবুৰী জিলাত সৰ্বমুঠ ১৪ জনৰ দেহত কৰোনা পজিটিভ ধৰা পৰে ।
  # পাবৰছৰা গাঁৱৰ সঞ্জিত সেন , সুজন সেন , ৰুহিদাস সেন , মনোৱাৰ আলী আৰু ছানিদুল হক ।
 # ৰামৰায়কুটী প্ৰথম খন্ড গাঁৱৰ ৰাজু আহমেদ ।
# ছোট পোকালাগি গাঁৱৰ ইউনুচ আলী  আৰু তেওঁৰ পত্নী গোলাপী বিবি ।
# কৈমাৰী প্ৰথম খন্ড গাঁৱৰ এনামুল হক ।
                                       ধুবুৰীৰ পৰা কৰুণা মহন্ত ৰিপোৰ্ট অসম লাইভ ।

Post Bottom Ad

Pages