ধুবুৰী জিলাৰ গোলকগঞ্জ থানৰ অন্তৰ্গত ৫ জনৰ covid-19 positive - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 31 May 2020

ধুবুৰী জিলাৰ গোলকগঞ্জ থানৰ অন্তৰ্গত ৫ জনৰ covid-19 positive

 ধুবুৰী জিলাৰ  গোলকগঞ্জ থানৰ অন্তৰ্গত ৫ জনৰ Covid-19 Positive .
                         

গোলকগঞ্জত পুনৰ পাঁচজনৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছৰ সংক্ৰমণ । আক্ৰান্ত পোকালাগি তৃতীয় খণ্ড গাঁৱৰ  আবু বক্কৰ ছিদ্দিক (২১) , তল্লী তৃতীয় খণ্ড গাঁৱৰ ৰফিকুল হক (২৫) , বিদ্যাৰডাৱৰী তৃতীয় খণ্ড গাঁৱৰ মৰ্জিনা বিবি (২৫) আৰু  ঝসকাল তৃতীয় খণ্ড গাঁৱৰ কহিনুৰ বিবি (২৮) পঞ্চম জন সহিদুৰ হক (৩০) , ঘৰ সোনাখুলি প্ৰথম খন্ড । ইয়াৰে দুজন বিহাৰৰ পৰা , এজন উত্তৰ প্ৰদেশ আৰু এজন দিল্লীৰ পৰা অহা ।
                নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ ।

Post Bottom Ad

Pages