মুকলি হল কামৰূপ জিলাৰ মদনপুৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 16 June 2020

মুকলি হল কামৰূপ জিলাৰ মদনপুৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট।

মুকলি হল কামৰূপ জিলাৰ মদনপুৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেট।
          31 নং ৰাষ্ট্ৰীয় ঘাইপথত মুকলি হল এই টোলগেট।ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকীকৰণৰ এই টোলগেটৰ দায়িত্ব লাভ কৰিছে এম বি কনচুৰটিয়ামে।নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ মুকলি কৰা হল এই টোলগেটটো।ফিটা কাটি টোলগেট মুকলি কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় প্ৰবন্ধক আলোক কুমাৰে।।
             
   বাইহাটাৰ পৰা ভগদত্ত ডেকাৰ প্ৰতিবেদন।

Post Bottom Ad

Pages