নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বৃহৎ পৰিমাণৰ ধন সহ চাৰি জুৱাৰীক ৷ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 11 June 2020

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বৃহৎ পৰিমাণৰ ধন সহ চাৰি জুৱাৰীক ৷

নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে বৃহৎ পৰিমাণৰ ধন সহ চাৰি জুৱাৰীক ৷
          ধৃত জুৱাৰী কেইটা হ’ল ফকৰুদ্দিন, ছাইফুল ইছলাম, জলিল উদ্দিন আৰু ফিজুল ইছলাম
ধৃত জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩ লাখ ৭৬ হাজাৰ টকা ৷
নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত য়োৱা আৰক্ষী দলে গ্ৰেপ্তাৰ কৰে জুৱাৰী কেইটাক  |

       নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ ।

Post Bottom Ad

Pages