বাইহাটা চাৰিআলিৰ কমলপুৰত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 16 June 2020

বাইহাটা চাৰিআলিৰ কমলপুৰত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা ।

বাইহাটা চাৰিআলিৰ কমলপুৰত গুৱাহাটী লোক সভা সমষ্টিৰ সাংসদ কুইন ওজা ।
       কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্য্য কালৰ প্ৰথম বৰ্ষপুৰ্টি আৰু ৰাজ্য চৰকাৰৰ ৪ৰ্থ বৰ্ষ পুৰ্টি উপলক্ষে চৰকাৰৰ কামকাজৰ খতিয়ান ডাঙি ধৰাৰ বাবে কমলপুৰত উপস্থিত হয় সাংসদ গৰাকী ।

জন সম্পৰ্ক অভিযানৰ অংশ স্বৰূপে সাংসদ গৰাকীয়ে কমলপুৰ বিধান সভা সমষ্টিৰ দুটাকৈ মণ্ডলৰ কাৰ্যকৰ্তা সকলৰ লগত মিলিত হৈ চৰকাৰৰ সফলতাৰ বিষয়ে সৰ্ব সাধাৰন ৰাইজক অবগত কৰোৱাৰ আহ্বান জনাই । লগতে তৃনমুল পৰ্য্যায়ত দলৰ স্থিতি দৃঢ় কৰাৰো আহ্বান জনাই ।

Post Bottom Ad

Pages