চীনৰ বিৰুদ্ধে বিলাসীপাৰাত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিমূৰ্তি দাহ।। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 18 June 2020

চীনৰ বিৰুদ্ধে বিলাসীপাৰাত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিমূৰ্তি দাহ।।

চীনৰ বিৰুদ্ধে বিলাসীপাৰাত ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিমূৰ্তি দাহ।।
     বিলাসীপাৰা চীনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় বজৰং দলে আজি হাতে হাতে প্লে কাৰ্ড লৈ ৰাজ পথত ওলাই আহি বিলাসীপাৰা গান্ধী চকত উত্তাল প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি লগতে প্ৰতিমূৰ্তি দাহ কৰে।ইয়াৰ উপৰিও ভাৰতীয় শ্বহীদ জোৱান সকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাঁপন কৰা বুলি জানিব পৰা গৈছে।।

  বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন।

Post Bottom Ad

Pages