ৰূপহীহাটৰ জুৰীয়াত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত মহিলা সকলৰ মাজত মাক্স, চাবোন, ছেনিটাইজ আদি বিতৰণ কৰা হয় । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Sunday, 21 June 2020

ৰূপহীহাটৰ জুৰীয়াত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত মহিলা সকলৰ মাজত মাক্স, চাবোন, ছেনিটাইজ আদি বিতৰণ কৰা হয় ।

 ৰূপহীহাটৰ জুৰীয়াত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ উদ্যোগত মহিলা সকলৰ মাজত মাক্স, চাবোন, ছেনিটাইজ আদি বিতৰণ কৰা হয় ।
                     
মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ সজাগতাৰ বাবে জুৰীয়াত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ নেতৃত্বত মহিলা সকলৰ মাজত মাক্স, চাবোন, ছেনিটাইজ আদি বিতৰণ কৰে 
এই সজাগতামূলক কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ৰাইহানুল মেৰাজ । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ এনে কাৰ্য্যক হলাগ লৈছে বিভিন্নজনে।

Post Bottom Ad

Pages