জুৰীয়া প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ ৰীতা পাল নামৰ এগৰাকী আশা কৰ্মীৰ কভিড 19 পজিটিভ ধৰা পৰে - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 15 July 2020

জুৰীয়া প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ ৰীতা পাল নামৰ এগৰাকী আশা কৰ্মীৰ কভিড 19 পজিটিভ ধৰা পৰে

জুৰীয়া প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ ৰীতা পাল নামৰ এগৰাকী আশা কৰ্মীৰ কভিড 19 পজিটিভ ধৰা পৰে|
      যাৰ ফলত ১৩ জুলাইৰ পৰা জুৰীয়া প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰায় সকলো কৰ্মচাৰীকে হস্পিতালতে কোৱাৰেন্টাইন কৰা হয় |
ফলত একপ্ৰকাৰ অচল হৈ পৰা চিকিৎসালয় খনত ৰোগী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় আৰু বিনা চিকিৎসাই ৰোগীসকল উভতি যাব লগীয়া পৰিস্থিতিৰ সৃষ্টি হয় |

      নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages