বৰক্ষেত্ৰীত দুৰ্বৃত্তই ভাঙিলে শ্লুইচ গেট - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 2 July 2020

বৰক্ষেত্ৰীত দুৰ্বৃত্তই ভাঙিলে শ্লুইচ গেট



নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ লাৰকুছিত হাহাকাৰ ৷
দুৰ্বৃত্তই ভাঙিলে শ্লুইচ গেট ৷
৩ নং লাৰকুছিস্থিত শ্লুইচ গেটত দুৰ্বত্তৰ তাণ্ডৱ ৷
শ্লুইচ  গেটেৰে মথাউৰিৰ উত্তৰফালে হোৰাহোৰে সোমাইছে ব্ৰহ্মপুত্ৰৰ পানী ৷
শংকিত হৈ পৰিছে মথাউৰিৰ উত্তৰফালৰ গোৰক্ষাট্টাৰীকে আদি বিভিন্ন অঞ্চলৰ লোক ৷
যিকোনো মুহূৰ্ততে ডুব যাব পাৰে ৰামপুৰ,দৌলাশালকে ধৰি পশ্চিম বৰক্ষেত্ৰীৰ বিস্তীৰ্ণ অঞ্চল ৷
নিৰ্বিকাৰ মুকালমুৱা জলসম্পদ বিভাগ ৷
ঘটনাস্থলীত উপস্থিত দৌলাশাল আৰক্ষী ৷
মুকালমুৱাৰ পৰা সমৰজিৎ পাঠক

Post Bottom Ad

Pages