বানপানী কবলত পৰি ৰাইজৰ মাজত খাদ্যৰ হাহাকাৰ। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 21 July 2020

বানপানী কবলত পৰি ৰাইজৰ মাজত খাদ্যৰ হাহাকাৰ।

বানপানী কবলত পৰি ৰাইজৰ মাজত খাদ্যৰ হাহাকাৰ।
                 এই ঘটনাটো হৈছে নগাওঁ জিলাৰ অন্তৰ্গত তথা মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ ৰ জন্ম স্থান বৰদোৱা ৰ গাতে লাগি থকা ধুনীয়াভেটী গাৱৰ। স্হানীয় ৰাইৰে দিয়া তথ্য মতে ধুনীয়াভেটী গাৱত শান্তিজান বিলৰ পানী সোমাই অহাত গাঁওবাসীৰ বিস্তৰ ক্ষতি সাধন হৈছে ।

 প্ৰাপ্ত বাতৰি মতে সুতিৰপাৰ ছুইটচ গেইটেৰে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নি পানীয়ে প্ৰতি বছৰে শান্তিজান বিলৰ গাতে লাগি থকা ধুনীয়াভেটী গাঁওবাসীলৈ এনেদৰে বিপদ মাতি আনে । ফলত গঞা ৰাইজৰ বহুতো ক্ষতি সাধন হৈ আহিছে। বিশেষকৈ Covid 19 মাহামাৰীৰ সময়ত  ধুনীয়াভেটীৰ ৰাইজে খাদ্যৰ অভাব উপভোগ কৰাৰ ওপৰিও দুটাকৈ বিপদৰ সন্মুখীন হব লগা হৈছে।

                           নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages