বনৰীয়া গাহৰিৰ আক্ৰমনত আহত ৬ জন। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 23 July 2020

বনৰীয়া গাহৰিৰ আক্ৰমনত আহত ৬ জন।

বনৰীয়া গাহৰিৰ আক্ৰমনত আহত ৬ জন।
       জুৰীয়াৰ বৰালিমাৰিত অঘটন।
বনৰীয়া গাহৰিৰ আক্ৰমনত আহত ৬ জন।মোজাহাৰুল ইছলাম, আছাদুল ইছলাম,ছকত আলীক  সংকটজনক  অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাওঁ লৈ প্ৰেৰন কৰে ।
লাওখোৱা অভয়াৰন্যত জলমগ্ন হোৱাৰ পিছত বহুতো বনৰীয়া গাহৰি  অঞ্চলটোত আশ্ৰয় লৈ আছিল।শুকুৰবাৰে পুৱা হঠাৎ বাসগৃহত সোমাই দুটি পৰিয়ালৰ ছয় জন লোকক  বন গাহৰিয়ে আক্ৰমন কৰি গুৰুতৰ ভাৱে জখম কৰে।
                                  নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages