জুৰীয়া আৰক্ষী থানাৰ কনিষ্টবল জাকিৰ হুছেইন উচ্চ ৰক্ত চাপ জনিত বেমাৰত মৃত্যু। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 25 July 2020

জুৰীয়া আৰক্ষী থানাৰ কনিষ্টবল জাকিৰ হুছেইন উচ্চ ৰক্ত চাপ জনিত বেমাৰত মৃত্যু।

জুৰীয়া আৰক্ষী থানাৰ  কনিষ্টবল জাকিৰ হুছেইন উচ্চ ৰক্ত চাপ জনিত বেমাৰত   মৃত্যু।
       সমগ্ৰ জুৰীয়া এলেকাত সুখৰ ছাঁ ।
আৰক্ষী কনিষ্টবল জাকিৰ হুছেইন কৰ্ত্তব্যৰ পৰা ছুটি লৈ যোৱা কালি নিজ ঘৰ ৰৌমাৰি গাৱত গৈছিল।
ৰাতি হঠাৎ উচ্চ ৰক্ত চাপ জনিত বেমাৰত আক্ৰান্ত হয় ।
ততাতৈয়াকৈ পৰিয়ালৰ লোকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটি লৈ যায় যদিও
 যোৰাবাটতে মৃত্য হয় আৰক্ষী কনিষ্টবল জনৰ।
মৃত্যৰ খৱৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ জুৰীয়াতে এক শোকৰ ছাঁ পৰিছে।
এজন ভাল সৎ,নিষ্টাবান আৰু সাহয়ী আৰক্ষী কনিষ্টবল আছিল জাকিৰ হুছেইন।
জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিগেন শইকীয়াই জাকিৰ হুছেইনৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে ।
আনফালে  জুৰীয়া আৰক্ষী থানাৰ কনিষ্টবল জাকিৰ হুছেইনৰ মৃত্যুত জুৰীয়া সংবাদ ক্লাবে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰিছে।

                      নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages