ধমধমাত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 30 July 2020

ধমধমাত অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে

ধমধমাত  অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে |
  
           বানৰ কবলত পৰিছে অঞ্চলটোৰ  ইখনৰ পিছত সিখন গাওঁ ৷ধমধমা তামুলপুৰ পথ সম্পূৰ্ণ ৰূপে বিধস্ত ৷বানে বিধ্বস্ত কৰিলে বাট পথ, উটুৱাই নিলে  বাঁহৰ দলং ৷ভয়াৱহ এই বানৰ ফলত সাধাৰণ জনতাৰ লগতে পোহনীয়া জীৱ জন্তু বোৰ  খাদ্য সংকটত ভুগিছে ৷বহু হেক্টৰ কৃষি ভূমি বানত বুৰ গৈছে ৷
সহস্ৰাধিক পৰিয়ালৰ ঘৰত সোমাইছে পানী ।
বৰ্তমান জাৰতালুক, গোৱালবিল , গড়ভিতৰ, ভেৰভেৰী ,  উত্তৰ বৰশিৰাল , নিজ বৰশিৰাল , চটাইবাৰী , উজিৰখাট, বালিতাৰা  সম্পূৰ্ণৰূপে পানীৰ তলত ।

ব্যুৰো ৰিপোৰ্ট অসম লাইভ।





Post Bottom Ad

Pages