জুৰীয়াত আৰক্ষীৰ লোকৰ মাজত খাদ্য সামগ্ৰী, মাক্স বিতৰন বিজেপি নেতা হবিবুৰ ৰহমান বাবুলৰ । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Tuesday, 11 August 2020

জুৰীয়াত আৰক্ষীৰ লোকৰ মাজত খাদ্য সামগ্ৰী, মাক্স বিতৰন বিজেপি নেতা হবিবুৰ ৰহমান বাবুলৰ ।

  জুৰীয়াত আৰক্ষীৰ লোকৰ মাজত খাদ্য সামগ্ৰী, মাক্স বিতৰন বিজেপি নেতা হবিবুৰ ৰহমান ।

              জুৰীয়াত আৰক্ষীৰ লোকৰ মাজত খাদ্য সামগ্ৰী, মাক্স বিতৰন বিজেপি নেতা হবিবুৰ ৰহমান বাবুলৰ ।ৰূপহী ৰাজহচক্ৰ বিষয়াক ফোলাম গামোচাৰে সম্বৰ্ধনা জনায় ৰূপহীহাটৰ বিজেপি যুৱ নেতা হবিবুৰ ৰহমান বাবুলে লগতে সামাজিক দূৰত্ব বজাই ৰাখি ৰাইজৰ সুবিধাৰ্থে কাৰ্যলয়লৰ কামকাজ চলাই নিবলৈ আহ্বান জনায়। মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ যু্দ্ধত সম্মুখৰ পৰা যুদ্ধ দি আহিছে আৰক্ষীৰ লোক সকলে।

শেষতীয়াকৈ জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সহ ১১ জনকৈ আৰক্ষীৰ জোৱানৰ দেহত ধৰা পৰিছে ক'ৰোনা ভাইৰাছৰ অৱস্থিতি।  আজি কৰ'না আক্ৰান্ত আৰক্ষীৰ লোক সকলক মাজত অতি কমেও চৈধ্য দিনৰ খাদ্য সামগ্ৰীৰ লগতে মাক্স বিতৰণ কৰে অসম ৰূপহীহাটৰ বিজেপি নেতা হবিবুৰ ৰহমান বাবুলে ।ৰূপহীহাটৰ বিজেপি যুৱ নেতা জুৰীয়া আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰন কৰে।  হবিবুৰ ৰহমান বাবুলৰ এনে কাৰ্য্যৰ শলাগ লৈছে ভিবিন্নজনে। উল্লেখ্যযোগ্য যে পুৰ্বেও লক ডাউনৰ সময়তো ভিবিন্ন জনক সহায়ৰ হাত আগবঢ়াই আহিছে হবিবুৰ ৰহমানে। 

                                জুৰীয়াৰ পৰা আজমল হুছেইনৰ প্ৰতিবেদন অসম লাইভ।


Post Bottom Ad

Pages