- Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 15 August 2020

আজি নগাঁও জিলাৰ ৰূপাহী ৰাজীৱ ভৱনত ৭৪তম  স্বাধীনতা দিৱস উপলক্ষে পতকা উত্তোলন |

  


অসম Live
ৰূপহী হাট,15-08-2020

                                আজি নগাঁও জিলাৰ  ৰূপহী হাট সমষ্টিৰ মাননীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াই ৰূপাহী ৰাজীৱ ভৱনত ৭৪তম  স্বাধীনতা দিৱস উপলক্ষে পতকা উত্তোলন কৰে।

এই কার্যসূচিত উপস্থিত থাকে ৰূপহী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল জলিল চাহাব, ৰূপহী জিলা পৰিষদৰ সদস্যা  ৰেজিয়া বেগম ডাঙৰীয়াইনী আৰু বিভিন্ন পৰ্যায়ৰ দলীয় কর্মীবিন্দ ।
                         জুৰীয়াৰ পৰা আজমল হুছেইনৰ প্ৰতিবেদন Assam live |

Post Bottom Ad

Pages