- Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 17 August 2020

 বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰ অন্তৰ্গত কাহিবাৰীত কৃষকৰ মাজত তীব্ৰ হাহাকাৰ সৃষ্টি হৈছে ।

                  


অসম Live
বঙাইগাঁও,17-08-2020

                      উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত কাহিবাৰী,সাজালপাৰা, টেন্টনপুৰ আদি অঞ্চলত শ শ কৃষিভূমিৰ নদীৰ বুকুত জাহ গৈছে আৰু বান পানীত শস্য নষ্ট হোৱা বাবে কৃষক সকলে মুৰে কপালে হাত দিবলগীয়া হৈছে।  বন্দন বেংকৰ পৰা ঋণ লৈ খেতি কৰিছিল কিন্তু বানপানীয়ে সকলো খেতি নষ্ট কৰি পেলাইছে। পটল, জলকীয়া,লাউ, কুমোৰা, ধান আদি শশ বিঘা শস্য গেলি-পচি গৈছে। কাণ সাৰ নাই জিলা প্ৰশাসন স্হানীয় বিধায়ক আব্দুল হাই নাগৰিকৰ। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ দৃষ্টি গোচৰ কামনা কৰিছে অঞ্চলটোৰ ৰাইজে ।
                               
                          ব্যুৰো ৰিপোৰ্ট অসম লাইভ।

Post Bottom Ad

Pages