- Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 27 August 2020

 ৰূপহীহাটত জালনোটসহ চাৰি সৰবৰাহকাৰী আটক |

অসম লাইভ

ৰূপহীহাট,27-08-2020

                            ৰূপহীহাটত জালনোটসহ চাৰি সৰবৰাহকাৰী আটক |৩০ লাখ টকাৰ জালনোট জব্দ আৰক্ষীৰ|মেঘালয়ৰ পৰা আৰটিকা বাহনেৰে আহিছিল যুৱক চাৰিজন |বাহনখনৰ নম্বৰ হৈছে ML06A-1002 দৃত জালনোট বাৱ্যসায়ী চাৰিজন ক্ৰমে শ্বাইনিং মাথুং, গডেন চিংটং, কাৰ্মিং ইউফানো , খেন বৰলেন মেঘালয়ৰ ৱেষ্ট খাচি শিল জিলাৰ নংটং আৰক্ষীৰ আন্তৰ্গত উপৰ নিউ ননষ্টিং গাঁৱৰ বাসিন্দা চাৰি আটকাধীন যুৱক কেইজন ।যুৱক চাৰিজনে ৩০ লাখ নকল নোট সলাব বুলি  ৰূপহীহাটৰ গুনাবাৰীত ৰৈ থকা অৱস্থাত ৰাইজে সোধা-পোচা কৰোতে পোহৰলৈ আহে এই তথ্য ।ৰাইজে যুৱক চাৰিজনক উত্তম মাধ্যম দি ৰূপহীহাট আৰক্ষীক গতাই দিয়ে ।

                                       ব্যুৰো ৰিপোৰ্ট অসম লাইভ।


Post Bottom Ad

Pages