- Assam Live

Breaking

Home Top Ad

Post Top Ad

Monday, 31 August 2020

  কঠীয়াতলী বন বিভাগৰ অভিযানত জব্দ দুখন ডাম্পাৰ।


অসম Live

নগাওঁ,31-08-2020

                         নগাওঁ জিলাৰ কঠিয়াতলীত বন বিভাগৰ অভিযান। দুখনকৈ বালি ভত্তি ডাম্পাৰ জব্দ কৰে বন বিভাগে। ডাম্পাৰ দুখনৰ নম্বৰ ক্ৰমে AS02AC7615 আৰু AS02AC1735 । দুয়োখন ডাম্পাৰে নিদিষ্ট জোখতকৈ অত্যাধিক পৰিমানে বালি কঢ়িয়াই আনিছিল।  পশ্চিম কাৰ্বি  আংলং জিলাৰ বৈঠালাংচুৰ পৰা বালিখিনি আনি থকা অৱস্থাত জব্দ কৰে ।উল্লেখ্য যে ১০ চি এম ৰ চালানত ১৫ চি এম অনাৰ অভিযোগ উত্থাপন হৈছে। কামপুৰত বালি ট্ৰাকৰ দৈৰাত্ম সম্পৰ্কত এক বাতৰি প্ৰকাশ হোৱাৰ পিছতে কঠীয়াতলী বন বিভাগৰ এই অভিযান।

                                  কঠীয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মা |

Post Bottom Ad

Pages