পথ দুৰ্ঘটনাত আহত কাজিৰঙাৰ টাইম ৮ ৰ সাংবাদিক । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Wednesday, 5 August 2020

পথ দুৰ্ঘটনাত আহত কাজিৰঙাৰ টাইম ৮ ৰ সাংবাদিক ।

পথ দুৰ্ঘটনাত আহত কাজিৰঙাৰ টাইম ৮ ৰ সাংবাদিক ।
           ঘটনাটো সংঘটিত হয় বাগৰিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ।কাজিৰঙাৰ পৰা বাতৰী সংগ্ৰহ কৰিবৰ বাবে কলিয়াবৰৰ বাগৰি আৰক্ষী চকীলৈ  আহিছিল কাজিৰঙাৰ টাইম ৮ ৰ সাংবাদিক কৃষ্ণ চেত্ৰী ।বাতৰি সংগ্ৰহ কৰি As 05 J 7297 নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাত পাছফালৰ পৰা এখন Swift বাহনে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটি সংঘটিত হয় ।
বাগৰি আৰক্ষীয়ে কৃষ্ণ চেত্ৰীক আহত অৱস্থাত জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও কৃষ্ণ চেত্ৰীৰ আঘাট গুৰুত্ব হোৱা হেতুকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ।
দুৰ্ঘটনা সংঘটিত কৰা বাহন খন বাগৰী আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ।
As 01 Da 4016 নম্বৰৰ Swift বাহন খনৰ চালকে অত্যাধিক মৈদ্য প্ৰাণ কৰি তিব্ৰ বেগত গাড়ী চলাই কৃষ্ণ চেত্ৰীৰ বাইকত খুন্দা মাৰি আন এখন বাহনত খুন্দা মাৰে ।
                            কলিয়াবৰৰ পৰা ৱাহিদুৰ ৰহমানৰ ৰিপোৰ্ট অসম লাইভ ।।

Post Bottom Ad

Pages