ৰঙিয়াত AASU ৰ উত্তাল প্ৰতিবাদ । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 26 September 2020

ৰঙিয়াত AASU ৰ উত্তাল প্ৰতিবাদ ।

 ৰঙিয়াত AASU ৰ উত্তাল প্ৰতিবাদ ।


অসম Live

ৰঙিয়া,26-09-2020

                                     খাদ্য-সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়া নগৰৰ মুল পথ সমুহেৰে যোগান মন্ত্ৰীৰ শৱ যাত্ৰা । বিজেপি চৰকাৰ হায় হায়, যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰী মুৰ্দাবাদ, অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰক, আদি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । মূল্যবৃদ্ধি ৰোধৰ ব্যৰ্থতাৰ প্ৰতিবাদত নগৰখনৰ মুল পথসমুহেৰে শৱ যাত্ৰা উলিয়াই । প্ৰতিবাদৰ সময়চোৱাত সকলোৱে মাস্ক পৰিধান কৰি প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে । পিছত যোগান মন্ত্ৰী প্ৰতিকৃতি বৰলীয়া নৈত উটুৱাই দিয়ে ।

                         

Post Bottom Ad

Pages