চৰকাৰী এটা প‍ানী যোৱা কালভাক লৈ বিহালীত দুই ফৈদৰ মাজত সংঘাত । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 26 September 2020

চৰকাৰী এটা প‍ানী যোৱা কালভাক লৈ বিহালীত দুই ফৈদৰ মাজত সংঘাত ।

 চৰকাৰী এটা প‍ানী যোৱা কালভাক লৈ বিহালীত দুই ফৈদৰ মাজত সংঘাত । 



অসম Live
বিশ্বনাথ: 26-09-2020
         
                                    বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ ৰাংছালী কাছকতা আৰু দক্ষিণ ৰাংছালী গাওঁ মাজত থকা এটা চৰকাৰী পানী যোৱা ডেনক লৈ দুই ফৈদৰ মাজত উত্তপ্ত পৰিস্থিতি । উক্ত ঘটনাৰ কাৰণ হৈছে ৰাংছালী কাছকতাৰ এটা পৰিয়ালৰ এখন শ্ৰাদ্ধক লৈ শ্ৰাদ্ধ হোৱা পৰিয়ালটোৰ ঘৰত বৰ্তমান এককাল পানী উক্ত পানীখিনি চৰকাৰী ডেনটোৰ মাজেৰে পাৰ হৈ যোৱাত বাধা আৰোপ কৰিছে দক্ষিণ ৰাংছালী গাওঁৰ আন এটা পৰিয়ালে তাৰ কাৰ কাৰণ চৰকাৰী পানী যোৱা ডেনতোৰে পানী পাৰ হৈ গলে তেওঁলোকৰ খেতি কৰা মাটি অনিষ্ট সাধন হয় । আজি  বিহালী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱাৰা উপস্থিত্ব হৈ উক্ত পৰিস্থিতি সমাধান কৰে ।  লগতে একাংশ স্থানিয় সচেতন লোকে অতি শীঘ্ৰে উক্ত পানী যোৱ ডেনটোৰ ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ অসম চৰকাৰৰ সচেতন মহলক অনুৰুধ জনায় ।



Post Bottom Ad

Pages