বৰপেটাৰ নগাঁওত আধাৰকাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 11 September 2020

বৰপেটাৰ নগাঁওত আধাৰকাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি।

 বৰপেটাৰ নগাঁওত আধাৰকাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি।




অসম Live
বৰপেটা,11-09-2020
                   
                     বৰপেটাৰ নগাঁওত আধাৰকাৰ্ড কেন্দ্ৰত হাহাকাৰ পৰিস্থিতি। দিনৰ পিছত দিন ঘূৰিও পোৱা নাই আধাৰকাৰ্ড ।আধাৰকাৰ্ড কেন্দ্ৰত নিয়োজিত কৰ্মচাৰীৰ বিৰুদ্ধে ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ ৰাইজৰ।মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনৰ নেতৃত্বত সজাতি দলৰ আধাৰকাৰ্ড কেন্দ্ৰটো পৰিদৰ্শন|জালাল উদ্দিনেও অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰীৰ বিৰুদ্ধে।আধাৰকাৰ্ডৰ স্মাৰ্ট কাৰ্ডৰ নামত 170 টকাকৈ লোৱাৰ কথা স্বীকাৰ কৰ্মচাৰীৰ।স্মাৰ্ট-কাৰ্ড প্ৰদানৰ নামত  ধন লোৱাৰ কোনো  নিৰ্দেশনা নাই জিলা প্ৰশাসনৰ।শ্ৰমিক,দিন- হাজিৰা কৰি খোৱা লোকেও দিনৰ পিছত দিন ধৰি উভতিব লগা হৈছে নিৰাশ মনে।দিনৰ পিছত দিন ঘূৰিও পোৱা নাই আধাৰকাৰ্ড।কিন্তু ৰহস্যজনক ভাবে একাংশ লোকৰ লগে লগে হয় আধাৰকাৰ্ড । এই অভিযোগ ভুক্তভোগী ৰাইজৰ।

                                      মুকালমুৱাৰ পৰা সমৰজিত পাঠকৰ প্ৰতিবেদন|




Post Bottom Ad

Pages