জুৰীয়াত বজ্ৰপাত পৰি যুৱকৰ মৃত্যু। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Thursday, 17 September 2020

জুৰীয়াত বজ্ৰপাত পৰি যুৱকৰ মৃত্যু।

 জুৰীয়াত বজ্ৰপাত পৰি যুৱকৰ মৃত্যু।



অসম Live

জুৰীয়া,17-09-2020

            

                          জুৰীয়াত বজ্ৰপাত পৰি যুৱকৰ মৃত্যু।

জুৰীয়াৰ শিঙাৰীত সংঘটিত এই ঘটনা।

পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰপাত পৰি গুৰুতৰ ভাবে আহত হয় আনাৰুল ইছলাম নামৰ যুৱকজন।

পিছত ততাতৈয়াকৈ পৰিয়ালৰ লোকে আনাৰুলক জুৰীয়াৰ চিকিৎসা কেন্দ্ৰলৈ নিয়ে যদিও আদবাটতে যুৱক জনৰ মৃত্যু হয়।

                       ব্যুৰো ৰিপোৰ্ট অসম লাইভ।


Post Bottom Ad

Pages