গভীৰ নিদ্ৰাত মুকালমুৱা আৰক্ষী ৷ - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 25 September 2020

গভীৰ নিদ্ৰাত মুকালমুৱা আৰক্ষী ৷

  গভীৰ নিদ্ৰাত মুকালমুৱা আৰক্ষী ৷



অসম Live

মুকালমুৱা,25-09-2020


                             মুকালমুৱাৰ Airtel Distributor ত নিশা চুৰিকাণ্ড।

 নিশা মুকালমুৱা আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হয় এই  চুৰিকাৰ্য।

  সম্মুখৰ দৰ্জা ভাঙি ভিতৰত প্ৰবেশ কৰে চোৰ।

ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ আচবাব সমূহ চুৰ্ণ বিচুৰ্ণ কৰি inverter মেচিন, নথি পত্ৰ চুৰি কৰে।

 আৰক্ষী থানাৰ প্ৰায় পঞ্চাশ মিটাৰ দূৰত  চৰে লুটিলে লাখটকাৰ সম্পত্তি ৷

 চুৰি সামগ্ৰী উদ্বাৰৰ বাবে মুকালমুৱা আৰক্ষীক এজাহাৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ স্বত্বাধীকাৰীৰ

                    ব্যুৰো ৰিপোৰ্ট অসম লাইভ।                        





Post Bottom Ad

Pages