আপুনি মইও যেন ভৰিবলাগীব এহেজাৰ টকা জৰিমনা।। - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 26 September 2020

আপুনি মইও যেন ভৰিবলাগীব এহেজাৰ টকা জৰিমনা।।

 আপুনি মইও যেন ভৰিবলাগীব এহেজাৰ টকা জৰিমনা ।।



অসম Live
বিলাসীপাৰাঃ 26-09-2020
                
                                    বিলাসীপাৰাত হেলমেট নথকাৰ অবিহনে মটৰ চাইকেল চলালে,আপুনি মইও যেন ভৰিবলাগীব এহেজাৰ টকা জৰিমনা।উল্লেখ্য যে এই আইন কেৱল গৰীৱ- দুখীয়াৰ বাবে প্ৰযোজ্য  নহয় ,মন্ত্ৰী,বিধায়ক,আৰক্ষী, প্ৰশাসন আৰু সকলো ব্যক্তিৰ  বাবেও প্ৰযোজ্য।মুঠতে হয় যে যদি কোনো ব্যক্তিয়ে হেলমেটৰ নথকাৰ অবিহনে মটৰ চাইকেল চলায় ,তেন্তে আপুনি, মইও যেন ভৰিব লাগিব এহেজাৰ টকা জৰিমনা চাওঁক আহঁক আমাৰ এই বিশেষ প্ৰতিবেদন।।  

           



Post Bottom Ad

Pages