৮৫নং ৰূপহী হাট সমষ্টিত বি জে পিৰ যুৱ নেতা হবিবুৰ ৰহমানৰ ওৰফে বাবুলৰ তৎপৰতাত বি জে পিৰ যেন যোৱাৰ উঠিছে । - Assam Live

Breaking

Home Top Ad

Post Top Ad

Friday, 2 October 2020

৮৫নং ৰূপহী হাট সমষ্টিত বি জে পিৰ যুৱ নেতা হবিবুৰ ৰহমানৰ ওৰফে বাবুলৰ তৎপৰতাত বি জে পিৰ যেন যোৱাৰ উঠিছে ।

 


অসম Live

জুৰীয়া: 03-10-2020

                            স্বাধীনোত্তৰ কালৰ পৰা ৮৫নং ৰূপহীহাট সমষ্টি টো অধিক সময় কংগ্ৰেছ দখলত থকাত সমষ্টিৰ উন্নতি নোহোৱাত ৰজাই যেন অতীষ্ঠ হৈ থকা সময়ত, ৰাইজৰ হৈ কাম কৰিবলৈ উলাই আহে  বি জে পিৰ যুৱ নেতা হবিবুৰ ৰহমান উৰফে বাবুল, বিভিন্ন সময়ত বিভিন্ন প্ৰকাৰৰ ৰাইজক সহায় সহযোগ কৰাত, নিতৌ শ শ যুৱক যুৱতীয়ে বি জে পি লৈ যোগদান কৰে। 

আজি ১৫১তম গান্ধী জয়ন্তী, আজি গান্ধী জয়ন্তী উপলক্ষে যুৱ নেতা হবিবুৰ ৰহমান বাবুলৰ নিজ বাসগৃহৰ ৫শতাধিক যুৱতী উপস্থিত হৈ বি জে পি লৈ যোগদান কৰে। আৰু লগতে উল্লেখ কৰে যে,কংগ্ৰেছ চৰকাৰে মহিলা সকলক বহু আচনি পৰা বঞ্চিত কৰিছিল, বি জে পি চৰকাৰে মহিলা সকলক বিভিন্ন ধৰণৰ আচনি দিয়াৰ লগতে উন্নয়ন মূলক কাম কৰি থকাত কংগ্ৰেছ এৰি  বি জে পি লৈ যোগদান কৰে। 

আগন্তুক বিধানসভা সমষ্টিত দলে যাতে  যুৱ নেতা হবিবুৰ ৰহমান বাবুলক টিকট দিয়াৰ বাবে দলক কাতৰ বাবে  অনুৰোধ জনাই।  

Post Bottom Ad

Pages