Admission going on B.Ed& D.El.Ed at Ham Ak Rural College of Education. - Assam Live

Breaking

Home Top Ad

Post Top Ad

Saturday, 2 January 2021

Admission going on B.Ed& D.El.Ed at Ham Ak Rural College of Education.


 NCTE দ্বাৰা স্বীকৃত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে SCERT অসম দ্বাৰা অনুমোদিত।

    সকলো GUBEDCET-2020 আৰু SCRET PET-2020 উত্তীৰ্ণ আবেদন কাৰীক B.Ed আৰু D.El.Ed ৰ নাম ভৰ্ত্তিৰ বাবে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ লগতে SCERT অসম অধীনত আহ্বান জনোৱা হৈছে।

    সকলো ছাত্র ছাত্ৰীক নির্দেশ দিয়া হল যাতে আবেদন পত্ৰ দাখিল কৰাৰ আগত অনুগ্ৰহ কৰি NCTE ৱেবচাইট টো পৰীক্ষণ কৰি লয় । Website-www.ncte-india.org or www.ncte.gov.in

      আগতে প্রকাশিত NCTE ৰ  গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলেজৰ নাম Sl. No-1পৰা-39 লৈ আওকান কৰিব।




নামভৰ্ত্তিৰ বাবে যোগাযোগ কৰক 

Ham-Ak Rural College of Education 

Dhing road , Nagaon (Assam)

Ph. 9707076835



Post Bottom Ad

Pages